60+ Assamese Heart Touching Quotes
Heart touching quotes are impactful and emotionally resonant statements that evoke deep emotions and speak to the human experience. They can be inspirational, thought-provoking, or simply express universal truths or sentiments that connect with readers on a personal level. Heart touching quotes can provide comfort, motivation, and inspiration, and can be found in literature, social media, and spoken word. These quotes remind us of the power of emotions, the importance of following our hearts, and the transformative power of love.
They inspire us to appreciate the good things in our lives, pursue our passions, and cultivate meaningful relationships.
Assamese Heart Touching Quotes / Whatsapp Assamese Status
২. আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে ।
3. কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়া জনক ধন্যবাদ দিয়া কাৰণ আঘাতবোৰেও অভিজ্ঞতা দিয়ে ।
4. বয়স এতিয়া এনেকুৱা চলি আছে না ঘৰৰ পৰা কিবা বিচাৰিব পাৰো, না ঘৰৰ মানুহক কিফি দিব পাৰো ।
5. কাৰোবাক আঘাত দি কন্দোৱা বহুত সহজ কিন্তু কাৰোবাৰ আঘাত খিনি পাহৰাই চকুলো মচি দিয়া বহুত কঠিন । যি সকলোৱে নোৱাৰে ।
6. জীৱন এক অপৰিকল্পিত যাত্ৰা । কোনেও নাজানে কাইলৈ কোন আহিব, কোন যাব ।
7. পাপ দুইধৰণৰ । এটা নজনাকৈ কৰা পাপ আৰু এটা জানি শুনি কৰা পাপ । নজনাকৈ কৰা পাপটো ভগৱানক প্ৰাৰ্থনা কৰিলেই নাশ হৈ যায় কিন্তু জানি শুনি কৰা গংগা স্নান কৰা বা গোটেই বিশ্বৰ সাগৰত স্নান কৰা তথাপিও নাশ নহয় ।
8. যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা কিন্তু সেই আঘাতৰ পৰা তুমি আজি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা ।
9. এই পৃথিৱীত সকলো পৰ হলেও কিন্তু 'মা' কেতিয়াও পৰ নহয় । মা যে কিমান আপোণ সেইটো মাৰ ওচৰৰ পৰা আঁতৰি গলেই বুজিব পাৰি ।
10. কাকো কেতিয়াও বহুত বেছি আপোণ ভবা ঠিক নহয়, কাৰণ আপোণ মানুহ বোৰেই এসময়ত দুখৰ কাৰণ হৈ পৰে ।
11. যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে ।
12. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷
13. তোমাৰ বন্ধুৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত স্থাপন কৰিবা অহিংসা, সহানুভূতি, প্ৰেম তথা কৰুণা ৷
14. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ এয়া সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷
15. অতীতৰ ভূলৰ বাবে এতিয়া আৰু নাকান্দিবা, কাৰন সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য দেখা নোপোৱা কৰি তুলিব ।
16. যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।
17. মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।
18. আনৰ সুখৰ কাৰণ হওক কিন্তু অংশীদাৰ নহব, আনৰ দুখৰ অংশীদাৰ হওক, কিন্তু কেতিয়াও কাৰণ নহব ।
19. যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে । কাৰণ তেওঁ জানে কষ্ট কি ।
20. আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্তুহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন।
21. শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত ।
22. কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে, আচৰিত এই জীৱনৰ পৰিক্ৰমা, কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আৰু কিছুমানে বিশ্বাস কৰি কান্দে ।
23. মানুহবোৰো বৰ অদ্ভুদ, জিয়াই থাকোতে কোনেও খবৰ নলয় কেনেকৈ জীয়াই আছো,
মৰিলেই প্ৰথম প্ৰশ্ন ? কেনেকৈ মৰিল ।

24. জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগৱান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।
25. জীৱনৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য সেইটোৱেই, যেতিয়া চিনাকী মানুহবোৰৰ অচিনাকী ৰূপবোৰ দেখা যায় ।
26. না আকাশ মোৰ আপোন, না তুমি মোৰ আপোন হৃদয়ে মানি নলয় কিয় তুমি যে মোৰ দিবা সপোন।
27. তোমাৰ অবিহনে সকলোবোৰ শূণ্য
অনুভৱ কৰো শূণ্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা, বুকুখনত বহুতেই বিষ হৈছে, তোমাক পাহৰি যোৱাৰ বিষ...
28. আনৰ বাবে তুমি যিমানেই নকৰা কিয়
এদিন নহয় এদিন শুনিবলৈ পাবা কি কৰিলা তুমি মোৰ বাবে ?
29. বিশ্বাস কৰা বা নকৰা কিন্তু এইটো সত্য যে, ".তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচাৰা , সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ৰ এক বিশেষ ঠাই অধিকাৰ কৰিছিল।
30. প্ৰিয়জন ভাবি নহয়, লাগিলে প্ৰয়োজন ভাবিয়েই আহা, তথাপিও তোমাক নিৰাশ নকৰো দিয়া ।