প্ৰেৰণামূলক বাণী || Assamese Heart Toching Quotes || 30+ Heart Toching Quotes in Assamese

আজি আপোলোকৰ মাজলৈ লৈ আহিছো কেইটিমান প্ৰেৰণামূলক বানী । এই প্ৰেৰণামূলক বাণীয়ে আপোনাৰ জীৱন সলনি কৰি দিব । 

Heart Touching Motivational Quotes in Assamese :-


🥰 এই পৃথিৱীৰ সকলোত কৈ ডাঙৰ বেইমান হৈছে সময় যি এবাৰ গুছি গ'লে আৰু ঘূৰি নাহে , সকলোতকৈ স্বাৰ্থপৰ হৈছে সুখ যি বেছি দিন নাথাকে আৰু সকলোতকৈ আপোন হৈছে দুখ যি সকলো সময়তে কাষত থাকে ।





● মৃত্যু আৰু ভালপোৱা এই দুটা বস্তু ! নোকোৱাকৈ গুছি আহে । এটাই লৈ যায় মন আৰু এটাই লৈ যায় জীৱন ।




● সম্পৰ্ক ভাঙিলে মাথোঁ ভালপোৱাই নাভাঙে তাৰ লগত ভাঙে তাৰ লগত গঢ়ি উঠা সম্পৰ্কটোও ।




● কাষত থকাৰ ইচ্ছা থাকিলে যিকোনো পৰিস্থিতিতে প্ৰিয় মানুহটিৰ কাষত থাকিব পাৰি।





● যাৰ কাষত তোমাৰ গুৰুত্ব নাই তাৰ বাবে গোটেই অনুভূতিখিনি ঢালি দিলেও সি তোমাক অৱহেলা কৰিব । 





● সকলো সময়ত হাঁহি ধেমালিত থাকিবলৈ শিকক । হাঁহিৰ মাধ্যমত আমি জীৱনৰ বহুতো সমস্যা দূৰ আকাশত পঠিয়াব পাৰো । 






● পাহৰি যাবলৈ শিকা ভালে থাকিবা, যিমান বেছি মনত ৰাখিবা সিমান কষ্ট পাবা । 

● ভালপোৱা মানুহটিক ইমান ভালপোৱাৰ পাছতো তেওঁ যেতিয়া গুচি যায় তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা । ব্যৰ্থটো তেওঁ যিয়ে তোমাৰ ভালপোৱা নুবুজে ।





● কিছুমান সম্পৰ্ক শেষ হৈয়ো শেষ নহয় । এজন হয়তো বহুত সলনি হৈ যায় কিন্তু আৰু এজনে সম্পৰ্কৰ বোজা লৈ ফুৰে গোটেই জীৱন ।






● কাৰোবাৰ লগত হঠাৎ কথা বন্ধ হোৱা আৰু উশাহ বন্ধ হোৱাৰ মাজত কোনো পাৰ্থক্য নাই । সেইটো বন্ধু হওঁক বা আন কোনোবা ।


● যোন যিমান বেছি ভাল আৰু সৰল মনৰ মানুহ হয় তাৰেই সকলোতকৈ বেছি কষ্ট সহ্য কৰিবলগীয়া হয় । 






● কিছুমান মানুহ ভাগ্যত নাথাকে ঠিকেই কিন্তু মনত থাকি যায় গোটেই জীৱন । 






● স্বাৰ্থপৰ মানুহবোৰেই জীৱনত ভালে থাকে , মূৰ্খবোৰ টো কেৱল বেলেগক ভালে ৰাখে ।







● নিজতকৈয়ো বেছি কাকো ভাল পাব নাজাবা কিয়নো ভালপোৱা এনেকুৱা এটা বস্তু যি বেছি পালে মানুহে অৱহেলা কৰে ।







● একপক্ষীয় ভালপোৱা বোৰ এনেকুৱাই হয় এজনে পাগলৰ দৰে ভালপাই এজনে পাগল ভাবি মাথোঁ অৱহেলা কৰে । 


● সময়ৰ সৈতে যদি ভালপোৱা কমি যায় তেতিয়া বুজিবা সেইটো কেতিয়াও ভালপোৱা নাছিল, সেইটো আছিল সময়ৰ প্ৰয়োজনত ভালপোৱা । 







● অৱহেলা কিমান ভয়ানক সিয়েই বুজে, যিয়ে প্ৰিয় মানুটিৰ কাষত অৱহেলিত হৈ আছে । 








● কোনোবাই যদি তোমাক অৱহেলা কৰে তেতিয়া তুমি দুগুণ অৱহেলা কৰা উচিত, তেওঁ তেতিয়াহে বুজিব অবহেলাৰ যন্ত্ৰণা কিমান ।








● আপোন বহুতো আছিল কিন্তু যেতিয়া মই পিছফালে ঘূৰিচালো তেতিয়া দেখিলো অকল মোৰ ছাঁ টোহে মোৰ লগত আছিল । 








● Blacklist নামৰ জেগাটো বনোৱা হৈছিল আমাৰ জীৱনৰ কিছুমান অপ্ৰয়োজনীয় আৰু বেয়া মানুহবোৰৰ বাবে ।








● যেনেকৈ মানুহে আমৰ পোকীয়া অংশ বাদ দি ভালখিনি খায় তেনেকৈ তুমি বেয়াবোৰ বাদ দি ভালবোৰ গ্ৰহণ কৰা, দেখিবা তুমি লাহে লাহে সফল হ'ব ধৰিছা ।








● মিছা ভালপোৱা বোৰ গছৰ পাতৰ নিচিনা কেইদিনমানৰ পিছত সৰি পৰি যায় । আৰু সঁচা ভালপোৱা হৈছে নদীৰ পানীৰ নিচিনা যাক বেলেগ কৰিব পৰা নাযায় । 









● সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পাতিবলৈ বিভিন্ন অজুহাত দেখুৱাই আৰু সম্পৰ্ক যেতিয়া পুৰণি হয় তেতিয়া এৰি যাবলৈ বিভিন্ন অজুহাত দেখুৱাই ।











● কষ্টতো তেতিয়াই হয় যেতিয়া একো ভূল নকৰাকৈ অপমান সহ্য কৰিব লগা হয় ।









● দুখীয়া তেওঁ নহয় যাৰ টকা পইছা নাই দুখীয়া টো তেওঁ যাৰ সুন্দৰ এটা মন নাই ।








● সেইজন ল'ৰাক জীৱন সংগী বনোৱা যাৰ ভৱিষ্যৎ ভাল আৰু সেইজনী ছোৱালিক জীৱন সংগী বনোৱা যাৰ অতিত ভাল ।










● হাতত ধৰাৰ নিচিনা মানুহ পোৱাটো বহুত সহজ কিন্তু গোটেই জীৱন হাত ধৰি ৰখাৰ নাচিনা মানুহ পোৱাটো বহুত কঠিন ।


● সকলোৱে কয় মনৰ পৰা কিবা বিচাৰিলে পোৱা যায় কিন্তু সঁচা কথা কবলৈ গ'লে ভাগ্যত যদি নাথাকে তেনেহ'লে মন প্ৰাণ দি বিচাৰিলেও পোৱা নাযায় । 











● ভালপোৱাৰ মাজত অদ্ভুত এটা মায়া আছে আঘাত পালেও এৰি দিব পৰা নাযায় মন ভাঙি গ'লেও ঘৃণা কৰিব পৰা নাযায় ।




● ভালপোৱা মানে কেৱল আই লাভ ইউ কোৱা নহয় ভালপোৱা মানে এনেকুৱা এজনক পোৱা যাৰ প্ৰতি তোমাৰ বহুত বিশ্বাস আছে যাৰ কাষত তোমাৰ চব ভূলৰ ক্ষমা থাকিব, যিয়ে তোমাৰ হাঁহিত হাঁহিব আৰু কন্দাত কান্দিব । 


Post a Comment

Fcbbcvv

Previous Post Next Post