Chandrayaan-3 Quiz in Assamese || Assam Quiz


১) বিক্ৰম লেণ্ডাৰ  অৱতৰণ কৰা স্থানৰ নাম কি?

উত্তৰ :- শিৱশক্তি

) চন্দ্ৰযান-৩ কোনে নিৰ্মাণ কৰিছিল? 

(Who invented Chandrayaan-3?) 

উত্তৰ :- ISRO 

৩) চন্দ্ৰযান-৩ৰ মূল লক্ষ্য কি আছিল? 

(What are the important points of Chandrayaan-3?) 

উত্তৰ :- চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা । 

৪) Who is chief of Chandrayaan-3? 

 চন্দ্ৰযান-৩ৰ প্ৰধান কোন? 

উত্তৰ :- P Veeramuthuvel 

৫) Where was Chandrayaan-3 launched? 

(চন্দ্ৰযান-৩ ক'ত উৎক্ষেপণ কৰা হৈছিল?) 

উত্তৰ :- 14 July 2023 ত (SDSC SHAR), India 

৬) Which country sent Chandrayaan first? 

(কোন খন দেশে প্ৰথমে চন্দ্ৰযানপঠিয়াইছিল?) 

উত্তৰ :- India 

৭) Which country launched Chandrayaan? 

(কোন খন দেশে চন্দ্ৰযান উৎক্ষেপণ কৰিছিল?)

উত্তৰ :- ভাৰত (India)

Post a Comment

Fcbbcvv

Previous Post Next Post